গামক ঘৰ : হেৰাই যোৱা সময়ৰ এখনি ছবি

মধ্যবিত্ত পৰিয়ালৰ প্ৰায় প্ৰতিজন লোকৰে গাঁৱৰ মাটিত এখন আপোন ঘৰ থাকে। আটোমটোকাৰিকৈ সজা এখন পুৰণি পৈত্ৰিক ঘৰ। চাকৰি, ব্যৱসায় বাণিজ্য, কৰ্মজীৱনৰ খাতিৰত মানুহবোৰ ক্ৰমাত গাঁৱৰ ঘৰখনৰ পৰা আঁতৰি আহিবলৈ বাধ্য হয়। সময়বোৰ বাগৰাৰ লগে লগে, প্ৰজন্মবোৰ সলনি হোৱাৰ পিছত একেখন ঘৰৰ পৰা আৰম্ভ হোৱা পৰিয়ালবোৰ ক্ৰমাত অচিনাকি হৈ গৈ থাকে। ব্যস্ততাৰ খাটিৰত পুৰণি সেই ঘৰখনৰ…