তুষাৰ তীৰ্থ টাৱাং

টাৱাং! অৰুণাচল প্ৰদেশৰ চীন-ভাৰত সীমান্ত অঞ্চলত অৱস্থিত অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এখন মায়াময় সৰু চহৰ। টা-শব্দৰ অৰ্থ হৈছে ‘ঘোঁৰা’ আৰু ৱাং-শব্দৰ অৰ্থ ‘বাচনি কৰা’। অৰ্থাৎ, ঘোঁৰাই বিচাৰি উলিওৱা এখন ঠাই টাৱাং! বৌদ্ধধৰ্মীয় মনপাসকলৰ মাজত টাৱাং সম্বন্ধে বহু লোককথা প্ৰচলিত হৈ আছে। তেওঁলোকৰ মতে, পঞ্চম দালাই লামাৰ নিৰ্দেশত ইয়াত এটি বৌদ্ধ মন্দিৰ স্থাপন কৰিবলৈ লওতে মন্দিৰৰ…

অসমৰ জিলা কেইখন?

অসমৰ মুঠ জিলা কেইখন? বিধানসভাৰ মজিয়াত এজন বিধায়কে সোধা এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ গৈ শাসকীয় পক্ষৰ এগৰাকী জৈষ্ঠ্য মন্ত্ৰী থতমত খাইছে। তেওঁ কথাটো অইনপিনে পোনাবলৈ চেষ্টা কৰিছে। কাৰণ প্ৰশ্নটোৰ সঠিক উত্তৰ তেওঁ নাজানে। সদনৰ ভিতৰত হাঁহিৰ ৰোল উঠিছে। সকলোৱে জৈষ্ঠ্য মন্ত্ৰীগৰাকীৰ অজ্ঞানতাক ঠাট্টা-মস্কৰা, ইতিকিং কৰিলে। মন্ত্ৰীগৰাকীয়ে বিব্ৰতবোধ কৰি অলপ পিছত নথি-পত্ৰ চাই উত্তৰটো দিয়া হ’ব…